মৈৰাবাৰীত বালিৰ ধুমুহা - প্ৰতিশোধ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11613882-thumbnail-3x2-img.jpg)
মৈৰাবাৰীত ধুলিৰ ধুমুহাৰ তাণ্ডৱ ৷ পৃথিৱীবাসীৰ উপৰত যেন ক্ৰমাৎ আক্ৰোশমূলক হৈ পৰিছে প্ৰকৃতি ৷ বাৰে বাৰে প্ৰকৃতিয়ে লৈছে ক্ষুব্ধ ৰূপ ৷ এবাৰ যদি ভূমিকম্প আন এবাৰ ধুমুহা আকৌ কৰ'ণা ৷ মুঠতে মানৱ জাতিৰ ওপৰত পূৰ্বৰ জনমৰ শত্ৰুতাৰ প্ৰতিশোধ লৈ আছে যেন প্ৰকৃতিয়ে ৷