ভাস্কৰ অপ্সৱেলৰ সৈতে এইবাৰৰ সঁফুৰা... - etv bharat assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9380807-thumbnail-3x2-opjpg.jpg)
শনিবৰীয়া বিশেষ অনুষ্ঠান ইটিভি ভাৰতৰ'সঁফুৰা'ত এইবাৰৰ উদীয়মান কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেল৷ মায়াবিনীৰ পৰা তেলেগু ছৱি 'ডিয়েৰ কমৰেড' গীতলৈকে সকলো গীতেই থাকিব এই অনুষ্ঠানত ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com