thumbnail

By

Published : Apr 19, 2021, 6:31 PM IST

ETV Bharat / Videos

ৰূপহী উন্নয়ন খণ্ডৰ কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত

নগাওঁ জিলাৰ ৰূপহীহাটত এজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ অৱস্থিতি ৷ ক’ভিড-19 ত আক্ৰান্ত ব্যক্তি গৰাকী ৰূপহী উন্নয়ন খণ্ডত কৰ্মৰত নিপনজ্যোতি শৰ্মা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.