ৰিতুল শইকীয়াৰ মুকলি সন্দৰ্ভত পত্নীৰ প্ৰতিক্ৰিয়া

By

Published : May 21, 2021, 8:53 AM IST

thumbnail
আলফা স্বাধীনে অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুক্তি কৰি দিয়া খবৰ পাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিতুল শইকীয়াৰ পত্নীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগন্তুক 4 দিনৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়া হ’ব ৷ এই খবৰ পাই উৎফুল্লিত হৈ মুখ্যমন্ত্ৰী শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনায় অপহৃত ৰিতুল শইকীয়াৰ পত্নীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.