কংগ্ৰেছ ত্যাগী ৰিপুন বৰাই ক’লে দল ত্যাগৰ আঁৰৰ কাহিনী - কি ক’লে ৰিপুন বৰাই
🎬 Watch Now: Feature Video

দল ত্যাগ কৰাৰ কাৰণ জনালে সদ্য প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুন বৰাই (Ripun Bora on resigning from congress) ৷ কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি থকা সন্মানৰ কথাৰে ৰিপুন বৰাই বহু কথাই ক’লে ৰিপুন বৰাই ৷ বিভিন্ন সময়ত কংগ্ৰেছত চলি থকা অন্তঃকন্দল সম্পৰ্কেও ক’লে ৰিপুন বৰাই (Ripun Bora on internal clashes in congress) ৷