thumbnail

By

Published : Apr 15, 2022, 10:44 PM IST

ETV Bharat / Videos

বিবাহৰ অন্তত ৰণবীৰ-আলিয়াক দেখি কোন চিঞৰি উঠিল স্ফূৰ্তিত- চাওক ভিডিঅ’

অৱশেষত বৃহস্পতিবাৰ, 14 এপ্ৰিলত সম্পন্ন হ’লগৈ বলীউডৰ বহু প্ৰতীক্ষিত বিয়াখন (Ranbir Alia wedding date) ৷ বান্দ্ৰাস্থিত নিজৰ ঘৰৰ প্ৰিয় বেলকনিতে বিয়া পাতিলে ৰণবীৰ আলিয়াই ৷ বিয়াত কেৱল পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধুবৰ্গহে উপস্থিত থাকে (Ranbir Alia wedding guest list) ৷ দৰা-কইনা দুয়োৱে পৰিধান কৰিলে বিখ্যাত ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে ডিজাইন কৰা একেই ৰঙৰ সাজ ৷ 7.40 বজাত হাতত হাত থৈ সাংবাদিক আৰু অনুৰাগীসকলক সম্ভাষণ জনাবলৈ ওলাই আহে ৰণবীৰ আৰু আলিয়া ৷ প’জ দি ফটো উঠাৰ পিছত আলিয়াক কোচত উঠাই পুনৰ বিল্ডিঙৰ ভিতৰলৈ সোমাই যায় ৰণবীৰ ৷ তাকে দেখি আনন্দত ক’ব নোৱাৰা হৈ পৰে দুয়োৰে অনুৰাগী সকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.