thumbnail

By

Published : Sep 16, 2022, 10:44 PM IST

ETV Bharat / Videos

জনজাতিকৰণৰ দাবীত কলিয়াবৰত কোচ ৰাজবংশী লোকৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি কলিয়াবৰৰ আমবাগানত কোচ ৰাজবংশী সন্মিলনীৰ লোকসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Koch Rajbanshi people protest) । অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে কোঁচৰাজবংশী লোক সকলক জনজাতিকৰণ নকৰিলে অনাগত দিনত ৰাজপথ, ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ । কোচ ৰাজবংশীৰ যুৱ ছাত্ৰ সন্মিলন আৰু মহিলা সন্মিলনেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.