আজি ডিব্ৰুগড়ৰ অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

By

Published : Jul 8, 2022, 10:48 PM IST

Updated : Jul 9, 2022, 9:39 AM IST

thumbnail
গেৰুৱা হৈ পৰিছে ডিব্ৰুগড় ৷ কিয়নো ৯ জুলাইত ডিব্ৰুগড়ৰ ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেনটিনত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ এখনি গুৰুত্বপূৰ্ণ সভা (BJP state meeting will be held in Dibrugarh on July 9) ৷ এই সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM will attend BJP state meeting in Dibrugarh), বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্ৰভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকল ৷ যাৰ বাবে বৰ্তমান প্ৰস্তুতি তুংগত উঠিছে ৷ জানিব পৰা মতে, এই বিষয়বীয়া সভাৰ লগত সংগতি ৰাখি ডিব্ৰুগড় আৰু লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ৯০ টা বুথ কেন্দ্ৰত অনুষ্ঠিত হ'ব বুথ সভাও ।
Last Updated : Jul 9, 2022, 9:39 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.