Electric train movement: সম্পূৰ্ণ হোৱাৰ পথত গুৱাহাটী-লামডিং বৈদ্যুতিক ৰে’ল লাইনৰ কাম - Railway line work is going on from Guwahati to Lumding
🎬 Watch Now: Feature Video
হোজাই জিলাত বিদ্যুৎচালিত ৰে’ল চলাচলৰ বাবে ক্ষীপ্ৰতাৰে চলিছে ৰে’লৰ বিদ্যুৎ লাইনৰ কাম (Work on railway power lines is progressing at rapid pace in Hojai)। হোজাইৰ যোগীজান ৰে’লষ্টেচনত শ্ৰমিক ব্যস্ত খুটাত বিদ্যুৎ সংযোগৰ কামত । উল্লেখ্য যে, গুৱাহাটীৰ পৰা লামডিঙলৈ চলি আছে উক্ত ৰে’ল লাইনৰ কাম (Railway line work is going on from Guwahati to Lumding)৷ চাপৰমূখৰ পৰা হোজাই জিলালৈ এমাহত সম্পূৰ্ণ হ’ব ৰে’ল লাইনৰ কাম ৷ আনহাতে প্ৰায় দুই তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটীৰ পৰা লামডিঙৰ ৰে’ল লাইনৰ কাম ৷