ভাৰতীয় লোক সমতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰবীণ কুমাৰ হাজৰিকাৰ এক আছুতীয়া সাক্ষাৎকাৰ - প্ৰবীণ কুমাৰ হাজৰিকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 14, 2021, 2:29 PM IST

প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটাদিন বাকী থকা সময়তে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰতিদিনে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে অনুষ্ঠিত কৰিছে ইখনৰ পাচত সিখনকৈ প্ৰচাৰ সভা ৷ আন আন সমষ্টি সমূহৰ দৰে ১২২ নং তিনিচুকীয়া সমষ্টিটো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা ৷ শাসকীয় আৰু বিৰোধী দলৰ উপৰিও আন আন দল সমূহেও চলাই গৈছে নিজ নিজ প্ৰচাৰ ৷ সমষ্টিটোৰ এগৰাকী প্ৰাৰ্থী হৈছে প্ৰবীণ কুমাৰ হাজৰিকা ৷ চাওঁক আহক ভাৰতীয় লোক সমতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা এইগৰাকী প্ৰাৰ্থীৰ সৈতে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ,,,

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.