Japanese encephalitis outbreak: যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

By

Published : Jul 16, 2022, 2:28 PM IST

thumbnail
ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে (Japanese encephalitis outbreak in Assam) । ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ প্ৰায় বহু কেইগৰাকী লোকৰ মৃত্যু হৈছে ৷ শনিবাৰে জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ সৰ্জো মণ্ডল নামৰ এজন যুৱকৰ মৃত্যু হয় (One person died in suffering Japanese Encephalitis) ৷ যোৰহাট চিকিৎসালয়ত মহাবিদ্যালয়ত চিকিৎসাধিন হৈ আছিল যুৱকজন । আনহাতে ৰজাবাৰী চাহ বাগিচাত এটা চাৰি বছৰীয়া শিশু জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছে (Many cases of Japanese encephalitis in Jorhat) ৷ আনহাতে, তিতাবৰৰ ৰজাবাৰী চাহ বাগিচাত এতিয়াও পোন্ধৰজন লোক জ্বৰত আক্ৰান্ত হৈ আছে । ইতিমধ্যে সকলো ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি তিতাবৰ মহকুমা চিকিৎসা প্ৰেৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.