One person died in heat: কলিয়াবৰত উৎকট গৰমত প্ৰাণ হেৰুৱালে এজনে - ধাৰাসাৰ বৰষুণৰ পাছত সূৰ্য্যৰ প্ৰচণ্ড তাপত ত্ৰস্তমান জনসাধাৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15846695-thumbnail-3x2-uhfd.jpg)
প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ ধাৰাসাৰ বৰষুণৰ পাছত সূৰ্যৰ প্ৰচণ্ড তাপত ত্ৰস্তমান জনসাধাৰণ (Sun on the hot Seat in Assam) ৷ কলিয়াবৰত উৎকট গৰমে প্ৰাণ ল'লে এজনৰ (Man died in the heat) ৷ প্ৰচণ্ড গৰমৰ বাবেই কলিয়াবৰৰ বামুণীত এজন বৃদ্ধৰ মৃত্যু ৷ মৃত ব্যক্তিজন বামুণী পথাৰৰ চমৰা ভূমিজ । শনিবাৰে উৎকট গৰমৰ মাজতে নিজৰ দৈনন্দিন কাম-কাজ কৰি অসহ্যকৰ গৰমৰ বাবে ঢলি পৰিছিল লোকজন । পিছত নিশা শুই থকা অৱস্থাতে মৃত্যু হয় ৫৫ বছৰীয়া বৃদ্ধৰ গৰাকীৰ ।