thumbnail

Rape case at Baihata Chariali : বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণৰ অভিযোগত আটক এজন

By

Published : May 9, 2022, 8:42 PM IST

দেওবাৰে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত জয়কুছিত সংঘটিত হৈছিল এক জঘন্য ঘটনা (Rape case at Baihata Chariali) ৷ বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত স্থানীয় ৰাইজৰ হাতত আটক হ’ল মুক্তাপুৰৰ সমীপৰ বঙাল গাঁৱৰ গজেন দাস নামৰ এজন লোক ৷ ঘটনাৰ এদিনৰ পাছতেই অৰ্থাৎ সোমবাৰে পুৱা ৰাইজে গজেন দাসক আটক কৰি বাইহাটা চাৰিআলি আৰক্ষী থানাত গটাই দিয়ে (One arrested for Differently abled girl raped) ৷ জানিব পৰা মতে, চুবুৰীয়া লোকৰ সৈতে যুৱতী গৰাকী বিহু চাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.