চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা : এন্দুৰে কামুৰিলে নৱজাতকক - এন্দুৰে কামুৰিলে নৱজাতকক
🎬 Watch Now: Feature Video
এখন চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ অৱহেলাৰ বাবেই এটা নৱজাতকৰ জীৱনলৈ নামি আহিছে ভাবুকি । ঝাৰখণ্ডৰ গিৰিডিহৰ এখন চৰকাৰী চিকিৎসালয়ৰ নৱজাতকৰ বাবে থকা ৱাৰ্ডটোত এগৰাকী নৱজাতকক কামুৰিলে এন্দুৰে (newborn was bitten by mouse) । শিশুটোৰ অৱস্থা বৰ্তমান গুৰুতৰ বুলি জানিব পৰা গৈছে (giridih health news) । ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দল সমূহে এই সন্দৰ্ভত শীঘ্ৰে গুৰুত্বপূৰ্ণ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।