অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা সত্রাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ - New year greetings from Janardhan Dev Goswami Majuli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 1, 2022, 9:25 AM IST

Updated : Jan 1, 2022, 3:50 PM IST

পুৰণি বছৰক বিদায় দি এটা নতুন বছৰত ভৰি দিলে বিশ্ববাসীয়ে ৷ এই শুভ মূহুৰ্তত অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলে দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ সংবাদ মাধ্যমৰ জৰিয়তে সত্ৰাধিকাৰগৰাকীয়ে নতুন বছৰটোৱে যাতে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনে তাৰ কামনা কৰে ৷ সমাজৰ পৰা যাতে শোষণ, উৎপীড়ন আৰু অন্যায় নাইকিয়া হৈ যায়, তাৰ কামনা কৰে মাজুলীৰ সত্ৰাধিকাৰগৰাকীয়ে ৷
Last Updated : Jan 1, 2022, 3:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.