ৰাজ্যজুৰি মহা নৱমীৰ মহা আয়োজন - বিলাসীপাৰাৰ সাপটগ্ৰাম লীলানন্দ পাগলবাবা আশ্ৰম
🎬 Watch Now: Feature Video

আজি মহা নৱমী ৷ মহা নৱমীৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা মন্দপত ভক্তৰ লানি নিচিগা ভিৰ ৷ পুৰোহিত মংগল মন্ত্ৰোচাৰণ আৰু ঢাক-ঢোলৰ ছন্দত মুখৰিত হৈ পৰিছে নৱমী পূজাৰ বেদী ৷ আমাৰ এক প্ৰতিবেদন....