অজগৰৰ কণী ফুটি পোৱালি ওলোৱালৈ 54 দিনৰ বাবে বন্ধ কৰা হ’ল Highway ৰ কাম - ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 16, 2022, 9:31 PM IST

কেৰালাত এটা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম (National Highway expansion work) কৰি থকা সংস্থা এটাই কেইবাটাও অজগৰৰ কণী ৰক্ষা কৰিবলৈ 54 দিনৰ বাবে তেওঁলোকৰ কাম বন্ধ কৰি দিয়ে (National Highway works stopped for saving python eggs ) । 54 দিনৰ বাবে দৈনিক নিৰীক্ষণ আৰু যত্নৰ পিছত, 24 টা কণীৰ পৰা অজগৰ পোৱালি ওলাই (24 hatchlings hatched after 54 days ) । এতিয়া আটাইকেইটা অজগৰৰ পোৱালী বন বিভাগে সংগ্ৰহ কৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম বন্ধ কৰি এইদৰে অজগৰৰ কণী ৰক্ষা কৰাৰ ঘটনাটোৱে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ চাওক সমগ্ৰ ঘটনাৰ ভিডিঅ’...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.