কলিয়াবৰত উদ্ধাৰ বিষাক্ত চকৰীফেঁটী সাপ

By

Published : May 26, 2022, 4:22 PM IST

thumbnail

কলিয়াবৰত উদ্ধাৰ হয় এডাল বিষাক্ত চকৰীফেঁটী সাপ (Monocled cobra rescued at Kaliabor) ৷ কলিয়াবৰৰ চিকণী বৰহোলাৰ এঘৰৰ পৰা উদ্ধাৰ কৰে এই চকৰিফেঁটী সাপটো ৷ উদ্ধাৰ হোৱা চকৰিফেঁটী সাপটো প্ৰায় 5 ফুট দীঘল আৰু 1 কেজি ওজনৰ হ'ব বুলি জানিব পৰা গৈছে ৷ সৰ্প মানৱখ্যাত সঞ্জীৱ ডেকাই সাপটো উদ্ধাৰ কৰি শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.