ETV Bharat / bharat

জুলাই মাহত ভাগ্য উদয় হ'ব এই ৪ ৰাশিৰ; বেয়া ফল ভোগ কৰিব ৩ ৰাশিৰ জাতক-জাতিকাই - Horoscope For July

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:37 PM IST

Lucky and Unlucky Zodiac Signs for July: চলিত জুলাই মাহত কোন কেইটা ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য ? কোন কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব বেয়া ফল ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷

Horoscope
জুলাই মাহত ভাগ্য উদয় হ'ব এই ৪ ৰাশিৰ; বেয়া ফল ভোগ কৰিব ৩ ৰাশিৰ জাতক-জাতিকাই (FREEPIK)

জুলাই মাহত ভাল ফলাফল লাভ কৰিব চাৰিটা ৰাশিৰ জাতক-জাতিকাই ৷ সেই ৰাশি কেইটা হৈছে হৈছে- মেষ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি, আৰু মকৰ ৰাশি ৷ আনহাতে বাধাৰ ফল লাভ কৰিবলগীয়া ৰাশি তিনিটা হৈছে-সিংহ ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি ৷

মেষ ৰাশি: জুলাই মাহটোত মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ হ'ব বুলি কোৱা হৈছে ৷ জুলাই মাহত মেষ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত উন্নতি সাধনৰ যোগ আছে ৷ লগতে স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত খুব ভাল ফল লাভ কৰিব ৷ ভ্ৰমণৰ যোগ দেখা গৈছে ৷ সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে জুলাই মাহটো শুভ হ'ব ৷ কৰ্মস্থানত কৰ্মজনিত কোনো ভ্ৰমণ হ'ব পাৰে ৷ উপাৰ্জন বা আয়ৰ ক্ষেত্ৰত ভাল ফল কৰিব ৷ আয়ৰ বৃদ্ধি হোৱাৰ যোগ আছে ৷ নতুন কোনো ব্যৱসায়ৰ যোগ আহিব পাৰে, লগতে নতুন চাকৰিৰ যোগ আহিব পাৰে ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ হঠাৎ কোনো বিত্তীয় লাভ হ’ব পাৰে ৷ ব্যৱসায়, কৰ্ম আদিত কোনো নতুন যোগাযোগ আহিব পাৰে ৷ বিদ্যাৰ স্থানত খুব ভাল ফলাফল লাভ কৰিব ৷ ভ্ৰমণৰ যোগাযোগ আহিব ৷ লগতে অন্যান্য সকলো ক্ষেত্ৰতে চলিত মাহত ভাল ফলাফল লাভ কৰিব পাৰে ৷

মকৰ ৰাশি: জুলাই মাহত মকৰ ৰাশিৰ জাতক-জাতিকাসকলে নতুন কোনো সম্পত্তি ক্ৰয়ৰ যোগ আছে ৷ উচ্চ শিক্ষাৰ্থীয়ে ভাল ফলাফল লাভ কৰিব, উচ্চ শিক্ষাৰ নতুন কোনো যোগাযোগ আহিব পাৰে ৷ কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব ৷

আনহাতে সিংহ ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলে এই মাহত অশুভ ফলাফল লাভ কৰিব পাৰে ৷ গতিকে প্ৰতিটো খোজতে সাৱধানে আগবাঢ়ক ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ লোকসকলে নিজৰ সম্পর্কৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব । শিক্ষাৰ্থীসকলে বাধাৰ সন্মুখীন হ'ব পাৰে । খৰচ বৃদ্ধি হ'ব পাৰে ।

কন্যা ৰাশি: কন্যা ৰাশিৰ লোকসকলে স্বাস্থ্যৰ যতন লোৱাটো উচিত । বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো উচিত । কৰ্মস্থানত বাধাৰ সন্মুখীন হ'ব পাৰে ।

মীন ৰাশি: মীন ৰাশিৰ লোকসকলে সম্পর্কৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা উচিত । কৰ্মস্থানত সৰু-সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে । খৰচ বৃদ্ধি হ'ব পাৰে ।

লগতে পঢ়ক: ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.