ETV Bharat / bharat

মিথুন ৰাশিৰ বিবাহৰ যোগ...মীন ৰাশিক প্ৰয়োজন আত্মসংযমৰ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 1st July

author img

By ETV Bharat Features Team

Published : Jul 1, 2024, 12:55 AM IST

Daily Horoscope: আজি মেষ ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: গণেশৰ কৃপাত দিনটো এটা আনন্দপূৰ্ণ দিন ৷ বিভিন্ন ক্ষেত্ৰত সমস্যাবোৰৰ সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু খেলৰ ক্ষেত্ৰত সফল হ’ব ৷ শৰীৰ আৰু মানসিক স্বাস্থ্য উন্নত ৷ পিতৃৰ পৰা কোনো ভাল খবৰ পাব ৷ ঘৰলৈ অহা অতিথিৰ পৰা দামী উপহাৰ লাভ কৰিব ৷ পত্নীৰ লগত আনন্দৰ মুহূৰ্ত উপভোগ কৰিব ৷

বৃষ ৰাশি: কোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে শান্ত মগজে চিন্তা কৰিহে সিদ্ধান্ত ল’ব ৷ পত্নীৰ লগত আলোচনা নকৰাৰ ফলত খেলি-মেলিৰ সৃষ্টি হ’ব ৷ মানসিক অশান্তিয়ে শাৰীৰিক সমস্যা বৃদ্ধি কৰিব ৷ কামৰ ওপৰত তাৰ প্ৰভাৱ পৰিব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, যিয়ে খং বঢ়াব ৷ পত্নী আৰু ব্যৱসায়ৰ সহযোগীসকলৰ লগত বুজাপৰালৈ আহি কাম সমাধা কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত দিনটো মিশ্ৰ ফলদায়ক ৷ জ্যেষ্ঠসকলৰ পৰা উপদেশমূলক বাৰ্তা পাব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ পুত্ৰৰ কোনো খবৰে আনন্দ দিব ৷ জীৱন সংগী লাভৰ উত্তম সময়, প্ৰথমে সংগীৰ লগত বন্ধুত্ব আৰু তাৰ পাচত সেয়া প্ৰেমলৈ ৰূপান্তৰিত হ’ব ৷

কৰ্কট ৰাশি: ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ প্ৰভাৱ পৰিব ৷ কামত সফলতা আৰু উন্নতি লাভ ৷ উচ্চপদস্থ বিষয়াসকলৰ সহযোগিতা লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশো প্ৰায় ভালে থাকিব ৷ ঘৰ সজোৱাৰ ক্ষেত্ৰত প্ৰিয়জনৰ লগত আপোনাৰ দক্ষতা দেখুৱাব পাৰিব ৷ শৰীৰ ভালে থাকিব ৷ বৈবাহিক সুখ লাভ কৰিব ৷

সিংহ ৰাশি: সকলোৰে লগত ন্যায় কৰিব পাৰিব ৷ কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ কৰিবলৈ বিচৰা সকলো কামৰ ফল লাভজনক হ’ব, মাত্ৰ খঙক নিয়ন্ত্ৰণ কৰক ৷ ধৰ্মীয় কামত মনোনিৱেশ কৰিব পাৰে ৷

কন্যা ৰাশি: কোনো কথা কোৱাৰ পূৰ্বে দহবাৰ ভাবিব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ এয়া সঠিক সময় নহয় ৷ মানসিক অশান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ ব্যৱসায়িক দিশত বাধা ৷ ভ্ৰমণ এৰাই চলক ৷

তুলা ৰাশি: এটা সুন্দৰ, হাঁহিৰে ভৰা দিন ৷ পুৰণি বন্ধুক লগ কৰিব পাৰে ৷ বেয়া চিন্তাবোৰ আতৰি যাব ৷ অধিক ধন ব্যয় হোৱাৰ সম্ভাৱনা ৷ প্ৰিয়জনৰ লগত বজাৰলৈ যাব পাৰে ৷ দামী অলংকাৰ কিনিব পাৰে ৷ সন্মান বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: ভাল সময় চলি থাকিব, গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমত পৰা আৰু বিবাহৰ উত্তম যোগ ৷ প্ৰেম বা বিবাহত অলপ সময় লোৱাৰ দৰকাৰ ৷ কোনো মহিলা বন্ধুক সাক্ষাৎ কৰিব পাৰে ৷ কামৰ ক্ষেত্ৰত উন্নতি লাভ ৷ ধনৰ ক্ষেত্ৰটো সহকৰ্মীসকলৰ পৰা সন্মান লাভ কৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাগ্যই লগ দিব ৷ শৰীৰ ভালে থাকিব ৷

ধনু ৰাশি: সফলতা নোপোৱালৈকে যুঁজি থাকক ৷ দিনটো বৰ সহজ নহয়, আশা কৰা ধৰণৰ ফল লাভ নকৰিবও পাৰে ৷ আপোনাক দিয়া কাম শেষ হওতে অনাহকত পলম হ’ব ৷ সহযোগিতাৰ অভাৱ অনুভৱ কৰিব ৷ খং ত্যাগ কৰক ৷ প্ৰিয়জন বা পত্নীৰ বাবেও চিন্তিত হৈ পৰিব ৷ ভ্ৰমণৰ চিন্তা সদ্যহতে বাদ দিয়ক ৷

মকৰ ৰাশি: দিনটো বৰ ভাল নহয় ৷ ভাগৰুৱা আৰু এলাহ অনুভৱ কৰিব ৷ নিদ্ৰাহিনতাই অসুবিধাত পেলাব ৷ শান্ত থাকক ৷ ভাল চিন্তা কৰক আৰু বিপৰীতমুখী লোক বিশেষকৈ মহিলাৰ পৰা আঁতৰি থাকক ৷ যোগ আৰু ধ্যান নিদ্ৰাহীনতাৰ ভাল ঔষধ আৰু হাঁহি এই সকলোবোৰৰ ওপৰত ৷ প্ৰিয়জনৰ লগত কথা পাতক আৰু হাঁহিবলৈ চেষ্টা কৰক ৷

কুম্ভ ৰাশি: বেয়া সপোন বা চাৰিওফালে ঘটি থকা ঘটনাই আপোনাৰ মনত ক্ৰিয়া কৰি থাকিব ৷ মনোযোগ ভংগ হ’ব ৷ পত্নী বা ভাতৃ-ভগ্নীৰ লগত সময় কটাব ৷ ভ্ৰমণৰ যোগ ৷

মীন ৰাশি: কথা পাতোতে কি কথা পাতিছে বা কাৰ লগত পাতিছে মন কৰক ৷ ভুলবুজা বুজি আৰু কাজিয়া হ’ব পাৰে ৷ কামত মন দিয়ক ৷ ধন ব্যয় ত্যাগ কৰক ৷ স্বাস্থ্যৰ কথা চিন্তা কৰক ৷ খোজকঢ়া, দৌৰা বা আন ব্যায়াম আপোনাৰ বাবে লাভজনক হ’ব ৷ কোনো সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ ব্যৱসায়ত উন্নতি...শিক্ষাৰ্থীসকলে লাভ কৰিব পৰিশ্ৰমৰ ফল...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.