ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাট - নাগৰিকত্ব সংশোধনী বিধেয়ক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3048036-thumbnail-3x2-j.jpg)
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে অসমত কমেও ৯ খন আসন পাব বুলি মন্তব্য কংগ্ৰেছ নেতা হৰিশ ৰাৱাটৰ ৷ লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো অসমত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলি কয় হৰিশ ৰাৱাটে ৷