যান-বাহন আৰক্ষীৰ ৰূপত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ

By

Published : Jun 3, 2022, 1:29 PM IST

thumbnail
যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ ৰূপত এইবাৰ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ (MLA Ramkrishna Ghosh) ৷ উল্লেখ্য যে, হোজাই-জোৰাপুখুৰী সংযোগী সুভাষ চন্দ্ৰ বসু পথত যানজটৰ সমস্যাই জুৰুলা কৰিছে পথচাৰীক ৷ আনকি যান-জটৰ এই সমস্যাৰ বাবে বহু সময় আবদ্ধ হৈ থাকিব লাগিয়াত পৰে পথাচাৰী । যাৰ ফলত হোজাই চহৰৰ এই ব্যস্ততা পূৰ্ণ পথচোৱাৰে অহা-যোৱা কৰিলে বহু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে ৷ সেয়ে এই সমস্যা সমাধান কৰাৰ বাবে এইবাৰ ৰাজপথত দেখা গ’ল হোজাইৰ বিধায়কগৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.