কাণ্ডজ্ঞানহীনতা নে অজ্ঞতা: অসমৰ দুই শ্বহীদক চূড়ান্ত অপমান ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ - শ্বহীদ পীৰ আলী খানৰ মৃত্যু দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 8, 2022, 10:01 PM IST

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কাণ্ডজ্ঞানহীন কাৰ্য (Negligence of Ministry of Information and Broadcasting) ৷ শ্বহীদ কুশল কোঁৱৰক অপমান (Insult to Assam martyred Kushal Konwar)। শ্বহীদ পীৰ আলী খানৰ মৃত্যু দিৱসত শ্বহীদ কুশল কোঁৱৰৰ ফটো ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সামাজিক মাধ্যমত শ্বহীদ পীৰ আলী খানৰ মৃত্যু দিৱসত প্ৰচাৰ কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Martyre Peer Ali Khan)৷ সৰুপথাৰত শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দুখ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে (Assam martyred Kushal Konwar) ৷ চিপাহী বিদ্ৰোহৰ অন্যতম সেনানী আছিল পীৰ আলী খান । কুশল কোঁৱৰৰ এখন বিশেষ ফটো পীৰ আলী খানৰ ফটো হিচাপে ব্যৱহাৰ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে । ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধনশিৰি মহকুমাত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.