thumbnail

By

Published : May 26, 2022, 9:34 PM IST

ETV Bharat / Videos

ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে বহি পাঠ আওঁৰালে মন্ত্ৰী অতুল বৰাই

এইবাৰ ছাত্ৰৰ ৰূপত মন্ত্ৰী অতুল বৰা । কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে একে বেঞ্চতে বহি পাঠ আওঁৰালে ৰাজ্যৰ জেষ্ঠ কেৱিনেট মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰে বোকাখাতৰ ১২ নং বিহৰা বাগিছা প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱত অংশ ল'লে মন্ত্ৰী অতুল বৰাই (Minister Atul Bora attend Gunotsav 2022 at Bokakhat)। বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে মত বিনিময় কৰি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.