thumbnail

By

Published : Sep 1, 2022, 5:11 PM IST

ETV Bharat / Videos

নাৰেংগী অইল ইণ্ডিয়া চৌহদত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

বৃহস্পতিবাৰে নাৰেংগীৰ অইল ইণ্ডিয়া চৌহদৰ ভিতৰত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ সাপ (Massive Python snake rescued at Narengi Oil India Camps) ৷ এই অজগৰ সাপডাল উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত অইল ইণ্ডিয়াৰ নামঘৰৰ সমীপত মুক্ত বিচৰণ কৰি আছিল অজগৰটোৱে ৷ তেনে সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰে অজগৰটো আৰু খবৰ দিয়ে বন বিভাগৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰে বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰি ৰাজ্যিক চিৰিয়াখানাত এৰি দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.