নগাঁৱত অগ্নিকাণ্ডত জাহ গ'ল ৮ লক্ষাধিক টকাৰ সামগ্ৰী

By

Published : Sep 10, 2022, 8:46 AM IST

thumbnail
নগাঁৱৰ পানীগাঁও চাৰিআলিত শনিবাৰে পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড(Massive fire at Nagaon) । ইটাচালী আৰক্ষী চকীৰ সন্মুখত থকা বিৰাজ কেওঁট নামৰ ব্যক্তিজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় ৮ লাখ টকাৰ সামগ্ৰী ৷ শ্বট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে জুই নিৰ্বাপন কৰে ৷ যাৰ বাবে এক ভয়াৱহ পৰিস্থিতিৰ পৰা কথমপি ৰক্ষা পৰে আন বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান(Fire incident at Nagaon) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.