বজ্ৰ পৰি হেলেমৰ চন্দামাৰীত কৰুণ মৃত্যু এজনৰ - বজ্ৰৰ ফলত থিতাতে নিহত হয় এজন লোক
🎬 Watch Now: Feature Video
গহপুৰ হেলেমৰ চন্দামাৰীত অঘটন ৷ শনিবাৰে বিয়লি হঠাৎ অহা বৰষুণজাকৰ লগতে হোৱা বজ্ৰপাতৰ ফলত থিতাতে নিহত হয় এজন লোক (Man died due to lightning strikes at Behali) ৷ লোকজনৰ নাম সন্তোষ গোৱালা (৩৫) ৷ সন্তোষ গোৱালাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে এতিয়া শোক ছাঁ ৷