thumbnail

By

Published : Mar 27, 2021, 6:58 PM IST

ETV Bharat / Videos

অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ: লুৰিণজ্যোতি গগৈ

অভিষেকতে ভোটাৰৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে অসম জাতীয় পৰিষদে ৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিৰ পৰা ৷ নিজৰ বিজয় সম্পৰ্কে আশাবাদী লুৰিণজ্যোতি গগৈয়ে কয়, ৰাইজে যি দৰে হিলদল ভাঙি ওলাই আহিছে ই প্ৰমাণ কৰে অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ হ'ব । উল্লেখ্য যে ১ লাখ ৩৮ হাজাৰ ৬২২ গৰাকী ভোটাৰ থকা নাহৰকটীয়া সমষ্টিৰ আটাইতকৈ বৃহৎ মৌজা চাচনীৰ ৰাইজে 'কা' বিৰোধী আন্দোলনলৈ ধান বিক্ৰীৰে সাহায্য আগবঢ়াইছিল ৷ চাচনীৰ বিভিন্ন প্ৰান্তত ভোটদানৰ দিনটোত দেখা গ’ল লুৰিণজ্যোতিৰ প্ৰতি ব্যাপক সঁহাৰি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.