thumbnail

By

Published : May 14, 2022, 6:16 PM IST

ETV Bharat / Videos

কামপুৰৰ চিমলাই পথাৰত ড্ৰাগছ মাফিয়া আটক

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ শেহতীয়াকৈ শুকুৰবাৰে নিশা কামপুৰৰ চিমলাই পথাৰত আমছুৰ সহযোগত ৰাইজে এটা ড্ৰাগছ মাফিয়াক আটক কৰে (local people caught drug peddler) ৷ লগতে 10 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এখন স্কুটাৰ জব্দ কৰে ৰাইজে (Drugs seized at Kampur) । পৰৱৰ্তী সময়ত ৰাইজে আটকাধীন ড্ৰাগছ মাফিয়াটোক কামপুৰ আৰক্ষীক গতাই দিয়ে । আটকাধীন ড্ৰাগছ মাফিয়াটো 9 নং খেৰণিৰ আইনুল হক বুলি জানিব পৰা গৈছে ৷ অৱশ্যে চিমলাই পথাৰৰ আনোৱাৰ হুছেইন নামৰ ড্ৰাগছ বেপাৰীজন বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.