মুক্তমনে দূৰ্গা পূজা পালন কৰিব পাৰিব অসমৰ ৰাইজে: কেশৱ মহন্ত - No sop in Durga Puja 2022
🎬 Watch Now: Feature Video

সমূহ অসমবাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Keshab mahanta send puja greetings) । কলিয়াবৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি তেঁও কয় যে, এইবাৰ অসমৰ ৰাইজে মুক্তমনেৰে পূজা উপভোগ কৰিব পাৰিব । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এইবাৰৰ দূৰ্গা পূজাত কোনোধৰণৰ নীতি-নিৰ্দেশনা নাথাকে(No sop in Durga Puja 2022) । দুটা বছৰৰ পাছত আনন্দ উল্লাসেৰে সকলোকে পূজা উপভোগ কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে(Durga Puja celebrated in Assam) । লগতে দুৰ্গতিনাশিনী দেৱীয়ে অসমৰ সকলো দুৰ্গতি নাশ কৰাৰ কামনাৰে সমূহ অসমবাসীলৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে ।