ঐতিহ্যমণ্ডিত জোনবিল মেলাত অচল আধুনিক মুদ্ৰা - ঐতিহাসিক বিনিময় প্ৰথা
🎬 Watch Now: Feature Video

বিগত বছৰ সমূহৰ লেখীয়াকৈ আজি জোনবিলৰ পাৰত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা । পুৱতি নিশাৰ পৰাই আৰম্ভ হোৱা বিনিময় প্ৰথাৰ উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।