মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি চূড়ান্ত - হাইস্কুল শিক্ষান্ত পৰীক্ষা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2021, 7:36 PM IST

অৱশেষত চূড়ান্ত হ'ল হাইস্কুল শিক্ষান্ত (HSLC EXAM) আৰু হাই মাদ্ৰাছা পৰীক্ষা (HIGH MADRASA EXAM) ৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি (EVALUATION METHOD) । বৃহস্পতিবাৰে ছেবা(SEBA)ৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি সম্পৰ্কে সদৰী কৰে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় (DIBRUGARH UNIVERSITY)ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহাইয়ে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(EDUCATION MINISTER Dr RANUJ PEGU)ৰ উপস্থিতিত ফলাফল ঘোষণাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদ্ধতি ঘোষণা কৰিলে প্ৰাক্তন উপাচাৰ্য তথা উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.