ৰাজ্যত গঠন হ'ব নে আঞ্চলিকতাবাদৰ চৰকাৰ ?

By

Published : Mar 22, 2021, 5:26 PM IST

Updated : Mar 22, 2021, 10:53 PM IST

thumbnail

নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি উঠিছিল ৷ বিশেষকৈ ৰাজ্যৰ দুটাকৈ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত পৃথকে পৃথকে এই ধাৰাবাহিক আন্দোলন হৈছিল ৷ কা বিৰোধী আন্দোলনৰ জৰিয়তে সংগঠন দুটাই বিজেপি বিৰোধী ঢৌৰ সৃষ্টি কৰিবলৈও সক্ষম হৈছিল ৷ এই আন্দোলনৰ আলম লৈয়ে 2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আত্মপ্ৰকাশ ঘটিছিল মূলতঃ দুটাকৈ আঞ্চলিক দলৰ ৷ অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদ ৷ পিছে এই দুটা দলে অসমবাসীৰ মনত থিতাপি ল'বলৈ সক্ষম হ'ব পাৰিছেনে ?

Last Updated : Mar 22, 2021, 10:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.