Veg Sandwich Snacks: কেনেকৈ তৈয়াৰ কৰা হয় সুস্বাদু ভেজ চেণ্ডউইচ ? - সুস্বাদু ভেজ চেণ্ডউইচ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15903514-thumbnail-3x2-food.jpg)
অধিকাংশ লোকৰে প্ৰিয় আৰু সহজে প্ৰস্তুক কৰিব পৰা খাদ্যবিধ হৈছে চেণ্ডউইচ । পিছে আপুনি জানেনে, এই চেণ্ডউইচক ভিন্ন প্ৰ’টিন যুক্ত পাচলি যোগ কৰি অধিক সুস্বাদু খাদ্য হিচাবে কেনেকৈ তৈয়াৰ কৰিব পাৰি ? সিজোৱা আলু, ধনীয়া, পদিনা আৰু পিঁয়াজৰ সৈতে ভাৰতীয় মচলা যোগ কৰি আৰু অধিক সুস্বাদু কৰি তোলক ভেজ চেণ্ডউইচ (Homemade recipes veg sandwich snacks) ৷ আজিয়েই আমাৰ এই ৰেছিপিৰে তৈয়াৰ কৰক সুস্বাদু ভেজ চেণ্ডউইচ...