অখিলক দুৰ্ব্যৱহাৰৰ অভিযোগ: কি ক’লে হোজাই কৃষক মুক্তিয়ে?
🎬 Watch Now: Feature Video
অখিল গগৈক ঠেলা-হেঁচা কৰি বিধানসভা মজিয়ালৈ লৈ যোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলা সমিতিয়ে । আৰক্ষীৰ এই কাণ্ডক ধিক্কাৰ দিছে কৃষক মুক্তিয়ে । বিধায়ক এগৰাকীক মৰ্যদা দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷