thumbnail

By

Published : Jun 1, 2022, 3:56 PM IST

ETV Bharat / Videos

অহা ১০ জুলাইৰ ভিতৰত পুনৰ মুকলি হ’ব পাহাৰৰ ৰেলপথ

অহা ৮ জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ (KAAC election 2022) বাবে কাৰ্বি আংলঙৰ বৈঠালাংচ' চকীহোলা খেৰণি আৰু বকলীয়াঘাটত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰথমতে বৈঠালাংচ’ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এইবাৰ পৰিষদীয় নিৰ্বাচনত ভাল ফলাফল লাভ কৰিব ৷ অহা ১০ জুলাইত পাহাৰৰ ৰেল পথসমূহ খুলি দিব পৰা যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে (Hill railway line to open before July)৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.