ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

Daily Horoscope for 16th February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 6:36 AM IST

  1. মেষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ মন পছন্দ কাৰ্যই আনন্দিত কৰি তুলিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  2. বৃষ ৰাশি : দিনটো মিশ্ৰিত খেলিমেলি হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
  3. মিথুন ৰাশি : দিনটো মধ্যমীয় ৷ আপুনি বৰ বেচি সংবেদনশীল, সেয়েহে আনে হঠাতে লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ ভ্ৰমণ বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷
  4. কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ বজাৰলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ চেষ্টা কৰক ৷ খৰচ বৃদ্ধি ৷
  5. সিংহ ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখিলে লক্ষ্যত সফল হ’ব ৷
  6. কন্যা ৰাশি : দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ দিনটো শুভ ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল হ’ব ৷
  7. তুলা ৰাশি : দিনটো কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ অৰ্জন হʼব ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
  8. বৃশ্চিক ৰাশি : কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ দিনটো প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
  9. ধনু ৰাশি : দিনটো শুভ ৷ কাৰ্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰি পৰিব পাৰে ৷
  10. মকৰ ৰাশি : নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ সম্পর্কত পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ প্ৰেমত মধ্যমীয়া ৷ পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  11. কুম্ভ ৰাশি : কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ আনন্দিত হৈ থাকিব ৷ শান্ত হৈ কর্ম কৰক ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  12. মীন ৰাশি : দিনটো শুভ ৷ মিশ্ৰিত খেলিমেলি হৈ পৰিব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.