thumbnail

By

Published : Oct 15, 2022, 4:05 PM IST

ETV Bharat / Videos

Guwahati suicide case: খিৰিকীত চীপ লৈ আত্মহত্যা সহকাৰী সঞ্চালক বিপুল কলিতাৰ

মহানগৰীত আকৌ অঘটন ৷ পুনৰ আন এক আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী (Guwahati suicide case) ৷ এইবাৰ ভেঁটাপাৰাৰ প্ৰাগজ্যোতিষ হাউচিঙৰ বাসগৃত হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ সহকাৰী সঞ্চালকে কৰিছে আত্মহত্যা । খিৰিকীত চীপ লৈ আত্মহত্যা কৰে সহকাৰী সঞ্চালক বিপুল কলিতাই । আত্মহত্যাৰ পূৰ্বে বিষয়াগৰাকীয়ে লিখি থৈ গৈছে এখন বিস্ফোৰক চুইচাইড নোট (Suicide note) । সুৰেশ নেওগ আৰু মৃদুল নাথ নামৰ দুজন ব্যক্তিৰ বিশ্বাসঘাতকতাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি বিপুল কলিতাই চুইচাইড নোটত উল্লেখ কৰি থৈ গৈছে ৷ আনকি দুয়োগৰাকী ব্যক্তিৰ ম’বাইল নম্বৰো চুইচাইড নোটত লিখি থৈ গৈছে বিপুল কলিতাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.