ব‍্যতিক্ৰমী চিন্তাৰে ৰঙালী বিহুৰ বাবে সাজু সূৰুযমুখী লোকবাদ‍্যৰ দল - সুৰুযমুখী লোকবাদ‍্যৰ দল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2022, 10:53 PM IST

ৰঙালী বিহুৰ অনুষ্ঠানত ব‍্যতিক্ৰমী চিন্তাৰে সাজু সূৰুযমুখী লোকবাদ‍্যৰ দল (Group of Folk Music Instrument Ready for Bihu)৷ অসমৰ থলুৱা বাদ‍্য আৰু নৃত‍্যক সাৰোগত কৰি কলিয়াবৰৰ কেইবাগৰাকী যুৱক-যুৱতীৰ চিন্তাৰ ফচল সুৰুযমুখী লোকবাদ‍্যৰ দলটিয়ে ইতিমধ্যে আখৰা সম্পূৰ্ণ কৰি সাজু হৈছে অনুষ্ঠান পৰিৱেশনৰ বাবে (Cultural group of Kaliabor)। উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰৰ সমাপ্তিৰ পাচত পূৰ্ণোদ্যমেৰে সাজু হৈছে সূৰুযমুখী লোকবাদ‍্যৰ দল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.