thumbnail

Green cat snake recovered: নুমলীগড়ত বিৰল প্ৰজাতিৰ সেউজীয়া সাপ উদ্ধাৰ

By

Published : Oct 13, 2022, 12:23 PM IST

এডাল প্ৰায় 5 ফুট দীঘল সেউজীয়া সাপ । গাৰ বৰণ সেউজীয়া যদিও মুখখনৰ ভিতৰ ভাগ সম্পূৰ্ণ ক’লা (Green cat snake recovered in Golaghat)। সাধাৰণতে চকুত নপৰা গছৰ ডাল পাতৰ সৈতে মিলি যোৱা সাপডাল চাবলৈ ভিৰ কৰে বহুজনে । নুমলীগড় তেল শোধনাগাৰ নগৰাঞ্চলৰ ভিতৰৰ এখন টেনিছ খেলপথাৰত কেইবাদিন ধৰি অৱস্থান কৰি আছিল সাপডাল । কেইজনমান সচেতন লোকে সাপডাল প্ৰত্যক্ষ কৰি খবৰ দিয়ে মৰঙি অঞ্চলৰ সৰ্পবন্ধুৰূপে খ্যাত প্ৰসন্ন দ্বীপ বৰদলৈক । অতি কৌশলেৰে প্ৰসন্নদ্বীপ বৰদলৈয়ে সাপডাল উদ্ধাৰ কৰি নুমলীগড়ৰ কাষৰীয়া দেওপাহাৰৰ বনাঞ্চলত মুকলি কৰি দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.