মৰম মাজুলী নামৰ এক আঁচনিৰ বিশেষ পদক্ষেপ - মৰম মাজুলী নামৰ এক আঁচনিৰ বিশেষ পদক্ষেপ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 7, 2022, 2:00 PM IST

মাজুলী জিলা প্ৰশাসনৰ বিষয়া সকলৰ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ । নিজা খৰছত জিলা খনৰ বিশেষ ভাবে সক্ষম ১৪ জন শিশুক চিকিৎসাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনৰ বিষয়া সকলে । জিলা দিৱসৰ লগত সংগতি ৰাখী মৰম মাজুলী প্ৰদক্ষেপৰ অংশস্বৰূপে গড়মূৰস্থিত জিলা চিকিৎসালয়ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিমাজুলী জিলা প্ৰশাসনৰ বিষয়া সকলৰ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ(Good steps taken by Majuli district administration) । নিজা খৰছত জিলা খনৰ বিশেষ ভাবে সক্ষম ১৪ জন শিশুক চিকিৎসাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনৰ বিষয়া সকলে । জিলা দিৱসৰ লগত সংগতি ৰাখী মৰম মাজুলী প্ৰদক্ষেপৰ অংশস্বৰূপে গড়মূৰস্থিত জিলা চিকিৎসালয়ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিশেষ উদ্যোগত এটি ফিজিঅ থেৰাপীৰ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে(Physiotherapy Centre open in Majuli) । জিলা উপায়ুক্ত পুলক মহন্তই আনুষ্ঠানিক ভাবে মুকলি কৰা কেন্দ্ৰটোত মৰম মাজুলীৰ অধীনত সদ্যহতে জিলাখনৰ ১৪ জন বিশেষভাৱে সক্ষম শিশুক ফিজিঅ থেৰাপীৰ সুবিধা প্ৰদান কৰা হ'য় ।প্ৰয়োজন হলে এই বিশেষেভাৱে সক্ষম শিশুসকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।ভাগৰ বিশেষ উদ্যোগত এটি ফিজিঅ থেৰাপীৰ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে(Physiotherapy Centre open in Majuli) । জিলা উপায়ুক্ত পুলক মহন্তই আনুষ্ঠানিক ভাবে মুকলি কৰা কেন্দ্ৰটোত মৰম মাজুলীৰ অধীনত সদ্যহতে জিলাখনৰ ১৪ জন বিশেষভাৱে সক্ষম শিশুক ফিজিঅ থেৰাপীৰ সুবিধা প্ৰদান কৰা হ'য় ।প্ৰয়োজন হলে এই বিশেষেভাৱে সক্ষম শিশুসকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.