thumbnail

By

Published : Aug 15, 2022, 2:10 PM IST

ETV Bharat / Videos

গোৱালপাৰাত জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে উত্তোলন কৰিলে জাতীয় পতাকা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে গোৱালপাৰা জিলাত ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় (76th Independence day of India) । গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত JTS খেলপথাৰত আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী (76th independence day celebration In Goalpara) ৷ গোৱালপাৰা জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ত্ৰিৰংগা উত্তোলন কৰে (Goalpara DC hoisting flag of 76th Independence day) ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.