মেষ ৰাশি: আজিৰ দিনটোত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে | সন্ধিয়া সৰু যাত্ৰা হʼব পাৰে | সন্ধিয়ালৈ আপোনাৰ আশা আৰু আনন্দৰ দিন হʼব |
বৃষ ৰাশি: আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব | নিজৰ আত্মসন্মান বঢ়াবলৈ আপুনি বন্ধুৰ আগত মনৰ দুঃশ্চিন্তা প্ৰকাশ নকৰিব | আজি প্ৰেমৰ সম্পর্ক ভাল হʼব |
মিথুন ৰাশি: আপোনাৰ নিজৰ জীৱন বিকাশিত কৰা দিন | ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব | ব্যৱসায়ত খৰচ বৃদ্ধি হʼব পাৰে | সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব | বন্ধুবৰ্গৰ লগত কটোৱা সময় আনন্দময় হʼব |
ককৰ্ট ৰাশি: দিনটো প্ৰায় সফল | দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব | প্ৰিয় দিন হʼব | সুনাম হʼব | প্ৰেমৰ সম্পর্ক ভাল হʼব |
সিংহ ৰাশি: টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে | খৰচ সাৱধানে কৰিব | পইচা জমা কৰক | নতুন কার্য-ব্যৱসায়ত নিশ্চিতি নাথাকিব | ভাগ্য ভাল হʼব |
কন্যা ৰাশি: আপুনি মন পৰিৱৰ্তন কৰিবলৈ আজি যথেষ্ট চেষ্টা কৰিব | সময়ত কার্য কৰাত সফল হʼব | আপোনাৰ কার্য জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে, তথাপিও ধৈৰ্য্যশীল হৈ কার্য কৰিলে লাভৱান হ’ব |
তুলা ৰাশি: আজি আপুনি কঠোৰ কাৰ্য সহজতে সফলভাৱে সম্পাদন কৰিব | বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ পচন্দই সহায় কৰিব | দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব | সতৰ্কতা অৱলম্বন কৰা উচিত৷
বৃশ্চিক ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব | বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল | আজি মন ৰোমাঞ্চকৰ হৈ পৰিব । নতুন ব্যৱসায় হʼব পাৰে | প্ৰেমৰ সম্পর্ক ভাল হʼব | পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব |
ধনু ৰাশি: কিছুমান দিনৰ একো প্ৰাধান্য নাথাকে, আজিৰ দিনটোও এনে এটা দিন৷ য'ত সকলো বস্তু একে ঠাইতে থাকে, যেন সকলোবোৰ গতানুগতিক ! আপোনাৰ হাতত যি আছে তাতে সন্তুষ্ট থাকক ৷ আইনী কাগজ-পত্ৰত, বিশেষকৈ সম্পত্তিৰ বিষয়ৰ কাগজত চহী কৰোতে বিশেষভাৱে সাবধান হ'ব ৷ বেয়া বুদ্ধি নল'ব ৷ যাৰ ফলত আপুনি আনকি টকা হেৰুৱাব লগা হ'ব পাৰে৷ সৰু-সুৰা অসুখত পৰিব পাৰে বা পিতৃ-মাতৃৰ শৰীৰৰ বাবেও চিন্তাত পৰিব পাৰে ৷
মকৰ ৰাশি: কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব | আপোনাৰ সৈতে কোনোবাই প্ৰতিযোগিতা কৰিব পাৰে, কর্ম প্ৰতিযোগিতাত কিন্তু বিফল হʼব | মনোযোগ দিব |
কুম্ভ ৰাশি: ভাল হʼব, প্ৰায় সফল হʼব | কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে | আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে | নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক | তথাপিও কিছু সময়ত খেলিমেলি হʼব পাৰে কৰ্ম-ব্যৱসায়ত ৷ কিন্তু আপুনি বিফল নহ'ব | তাকে দেখি নিৰুৎসাহিত নহ'ব, আপোনাৰ কৰ্মত মনোযোগ দিয়ক | জীৱনত সফল হ'ব |
মীন ৰাশি: আপুনি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক | আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব | খেলিমেলি হʼব পাৰে | কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক, সফল হʼব |