ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা - Tragic incident of a boat capsizing
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15603518-thumbnail-3x2-m.jpg)
চাবুৱাৰ ৰহমৰীয়াত ভয়ংকৰ নাও দুৰ্ঘটনা (Tragic incident of a boat capsizing) ৷ এই দুৰ্ঘটনাৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ৪ জন লোক সন্ধানহীন হৈ আছে ৷ সন্ধানহীন লোক কেইজন শংকৰ যাদৱ, শংকুৰ কুৰ্মী, ধমেন দাস, কিচন যাদৱ বুলি জানিব পৰা গৈছে (Four missing as boat overturns in Brahmaputra in Chabua) ৷ ব্ৰহ্মপুত্ৰৰ সোঁতৰ প্ৰকোপ বেছি থকা বাবে এই ঘটনা সংঘটিত হ'ল বুলি সাঁতুৰি প্ৰাণ ৰক্ষা কৰা এজনে জানিবলৈ দিয়ে ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত মুঠ ৯ জন লোক আছিল বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত NDRFৰ বাহিনী উপস্থিত হৈ সন্ধানহীন ৪ জন ব্যক্তিক উদ্ধাৰৰ বাবে ভৰা লুইতত অভিযান অব্যাহত ৰাখিছে ।