Fire in Lakhimpur: অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল এটা তেল ডিপো - লখিমপুৰ নগৰৰ সমীপৰ ডিজুৰ ঘূৰ্ণীত অগ্নিকাণ্ড
🎬 Watch Now: Feature Video

লখিমপুৰ নগৰৰ সমীপৰ ডিজুৰ ঘূৰ্ণীত অগ্নিকাণ্ড (Fire broke out in Lakhimpur) । সন্ধিয়া ঘূৰ্ণীৰ মূল ব্যৱসায়িক কেন্দ্রত এটা ষ্টোৰ ৰূমৰ কাষত জুইৰ সূত্রপাত হয় । অগ্নিকাণ্ডটোৰ ফলত কথমপি ৰক্ষা পৰিল কাষতে থকা এটা ডিপো (Lakhimpur fire news) । অগ্নিকাণ্ডটো ইমানেই ভয়ানক আছিল যে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে প্ৰায় ২ ঘন্টা ধৰি পানী মৰাৰ পাছতহে জুই নিয়ন্ত্ৰলৈ আহে । অগ্নিকাণ্ডটোৰ কাৰণ জানিব পৰা হোৱা নাই ।