ব্ৰহ্মপুত্ৰ ভেদি ডাঃ আশ্বিফ নাজাৰে প্ৰতিৰোধ কৰিব বান - দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ
🎬 Watch Now: Feature Video

ৰাজ্যত প্ৰথম পৰ্যায় ভোট গ্ৰহণৰ পাচতে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজ্যৰ ভিতৰতে সমস্যা বহুল বিধানসভা সমষ্টি ৰূপে চিহ্নিত হোৱা 81 নং লাহৰীঘাট বিধানসভা সমষ্টিটো পূৰ্ণ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ আন আন প্ৰাৰ্থীসকলৰ সমান্তৰালকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটৰ প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰেও চলাইছে ব্যাপক প্ৰচাৰ ৷ সমষ্টিটোক লৈ প্ৰাৰ্থী গৰাকীৰ পৰিকল্পনা কি, কোনটো সমস্যাক প্ৰাধান্য দিব এই বিষয়ে প্ৰাৰ্থী গৰাকীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...