Man Elephant conflict : মৰঙি চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ - হাতী মানুহৰ সংঘাত
🎬 Watch Now: Feature Video

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict in Assam) ৷ এইবাৰ গোলাঘাটৰ মৰঙি চাহ বাগিচাত বৃহৎ এটা বন্যহস্তীৰ জাকক লৈ আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Elephant menace in Golaghat)। আনকি বন্যহস্তীৰ এই বৃহৎ জাকটোৱে কেইবাটাও ভাগত বিভক্ত হৈ অঞ্চলটোৰ বহু স্থানত চলাইছে উপদ্ৰৱ ৷ ফলত উজাগৰে নিশা পাৰ কৰিব লগাত পৰিছে অঞ্চলবাসীয়ে ৷