বানৰ মাজতে কলিয়াবৰত অৱস্থান এজাক বন্যহস্তীৰ

By

Published : Jun 19, 2022, 8:07 PM IST

thumbnail
ইফালে বান, আনফালে বন্যহস্তীৰ ত্ৰাস ৷ ৰাজ্যত বন্যহস্তীৰ ত্ৰাসৰ ঘটনা কোনো নতুন কথা নহয় (Man elephant conflict in Assam) ৷ তথাপিও এই নেৰানেপেৰা বৰষুণ তাতে জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰিছে কলিয়াবৰৰ ৰাইজ (Elephant menace in Kaliabor) ৷ কলিয়াবৰৰ জখলবন্ধাৰ সমীপত হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিৰ পাৰত শ শ বিঘা মৰাপাটৰ খেতি তহিলং কৰিছে হাতীৰ জাকটোৱে (Wild elephant persecution at Jakhalabandha) ৷ উপায়ন্তৰ হৈ হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বনবিভাগক অচিৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.