thumbnail

By

Published : Jun 30, 2022, 9:38 PM IST

ETV Bharat / Videos

Eknath Shinde takes oath: মুখ্যমন্ত্ৰীৰূপে শপত ল’লে একনাথ চাম্ভাজী সিন্ধেয়ে

আজি সন্ধিয়া মহাৰাষ্ট্ৰত আৰৱ সাগৰৰ বুকুত এফালে সূৰ্য অস্ত গ’ল আৰু আনফালে একনাথ সিন্দেৰ ভাগ্যৰ বেলি উদয় হ’ল ৷ সন্ধিয়া 7.30 বজাৰ লগে লগে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লয় একনাথ সিন্দেয়ে (Eknath Shinde takes oath as MAHA Cm)৷ সমগ্ৰ শপত গ্ৰহণ থলী জয় মহাৰাষ্ট্ৰ, জয় ভৱানী ধ্বনিৰে গুঞ্জৰিত হয় ৷ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাভিছে ৷ ৰাজ্যপাল ভগৎ সিং কোশীয়াৰিয়ে দুয়োকে শপত বাক্য পাঠ কৰোৱাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.