ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope For 4th December 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 14 hours ago

মেষ ৰাশি: মনোযোগ আৰু একাগ্ৰতাৰ অভাৱক আপুনি অতিক্ৰম কৰিব লাগিব । বিনিয়োগকাৰীসকলে বিভিন্ন স্থানত ধন বিনিয়োগ কৰাৰ আগতে সতৰ্ক হওক।আইনী নথিপত্ৰত হস্তাক্ষৰ কৰোঁতে সাৱধান হওক । ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক, অত্যাধিক ব্যয়ে আপোনাৰ জেপ খালী কৰিব পাৰে ।

বৃষ ৰাশি: সন্তান বা পৰিয়ালৰ লোকৰ অগ্ৰগতিক উপভোগ কৰি কটাব পাৰিব । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে অথবা ক্লান্ত আৰু উদ্বিগ্ন অনুভৱ কৰিব পাৰে । পৰিয়ালৰ সদস্যৰ লগত হোৱা বিবাদে ঘৰৰ পৰিবেশ নষ্ট কৰিব পাৰে । আপোনাৰ প্ৰচেষ্টা, উৎপাদন ক্ষমতা আৰু দক্ষতাই আপোনাৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰিব ।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দ আৰু সুখৰ দিন হ’ব । আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুখ অনুভৱ কৰিব । বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভ্ৰমণ বা পৰ্যটনস্থলী ভ্ৰমণ কৰিবলৈ যাব পাৰে । সুস্বাদু খাদ্যৰ সোৱাদ ল’ব পাৰে । নতুন কাপোৰ ক্ৰয় কৰা, বাহন ক্ৰয় কৰাৰ আনন্দ লাভ কৰিব । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ।

কৰ্কট ৰাশি: দিনটোৰ আৰম্ভণি ভালদৰে নহ’ব পাৰে । উদ্বেগ, ক্লান্তি আৰু পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আছে । স্বাস্থ্যকৰ খাদ্য খাওক আৰু যোগাসন বা ধ্যানসাধনা কৰক । ব্যৱসায়ীসকলে লাভ আশা কৰিব পাৰে ।

সিংহ ৰাশি: অনৈতিক বা অবৈধ কাৰ্যকলাপৰ পৰা বিৰত থাকক অন্যথা সমস্যাত পৰিব পাৰে । কাৰ্যালয়ত কামৰ বোজা বৃদ্ধি পাব, কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে । আকস্মিক আৰ্থিক লাভৰ সংযোগ আছে ।

কন্যা ৰাশি: শিল্প আৰু সামাজিক সমস্যাসমূহত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে আপোনাক স্বীকৃতি আৰু সন্মান প্ৰদান কৰিব। পেচাগত দিশত, আপোনাৰ ব্যৱসায়িক সহযোগীসকল উপকৃত হ’ব আৰু আপুনি আৰ্থিকভাৱে লাভ প্ৰাপ্ত কৰিব । যোগাসন, ধ্যান সাধনা আৰু উপাসনাই আপোনাৰ মন শান্ত আৰু চিন্তামুক্ত কৰি ৰাখিব।

তুলা ৰাশি: উদযাপন কৰিব পৰা এটা দিন । আপুনি হাতত থকা প্ৰতিটো কাম আত্ম-বিশ্বাস আৰু দৃঢ়তাৰে সম্পূৰ্ণ কৰিব । অধিক-উত্তেজিত হোৱাৰ পৰা নিয়ন্ত্ৰিত থাকক অন্যথা ক্ষতিকাৰক হ’ব পাৰে । ঘৰৰ পৰিৱেশ আনন্দময় আৰু সৌহাদ্যপূৰ্ণ হ’ব ।

বৃশ্চিক ৰাশি: সাহিত্য কৰ্মই আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব আৰু কিতাপৰ জগতত আপুনি পৰ্যাপ্ত সময় কটাব পাৰিব । শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিকূল দিন হ’ব ৷ বিনিয়োগকাৰীৰ বাবে আজিৰ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব ৷ সম্পূৰ্ণ দিনটো আত্মবিশ্বাস আৰু দৃঢ়তাৰে পূৰ্ণ হৈ থাকিব ।

ধনু ৰাশি: সম্পূৰ্ণ দিনটো সৰ্তক হৈ থাকক । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থা আৰু প্ৰতিকূল ঘৰুৱা পৰিবেশে আপোনাক নেতিবাচক মনোভাৱ প্ৰদান কৰিব পাৰে । আৰ্থিক ক্ষতি হ'ব পাৰে, সাৱধান হওক । সৃজনশীল আৰু বৌদ্ধিক কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰে ।

মকৰ ৰাশি: সমস্যাৰ সৃষ্টি হ’ব পাৰে । ঘৰুৱা পৰিবেশ সৌহাদ্যপূৰ্ণ হ’ব ৷ পেচদাৰী দিশত আপুনি আপোনাৰ অধ্যৱসায় আৰু যোগ্যতাৰ দ্বাৰা সকলোকে মোহিত কৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দীক দমন কৰিব । স্থায়ী সম্পত্তি সম্বন্ধীয় বিষয়ত লেনেদেন কৰোঁতে সাৱধান হওক ।

কুম্ভ ৰাশি: আজিৰ দিনটো অতি কঠিন হ’ব পাৰে । কথা কোৱাৰ আগতে ভাৱক ৷ আপুনি কোৱা কোনো কথাই বিপদৰসময়ত আপোনাক সহায় কৰিব পাৰে । নেতিবাচক মনোভাৱ আতঁৰাই ৰাখক ।

মীন ৰাশি: দিনটো শুভ । আপোনাৰ পৰিয়াল আজি আনন্দময় মনেৰে থাকিব । মধ্যাহ্নৰ পিছত সকলো ঠিক নাথাকিবও পাৰে । নিশ্চিত কৰক যে আপুনি পৰিয়ালৰ লোকসকলৰ লগত বিবাদত লিপ্ত নহয় । নতুন কাম আৰু প্ৰকল্প হাতত লওক । দিনটো ফলপ্ৰসূ হ’ব । নেতিবাচক চিন্তাধাৰৰ পৰা দূৰত থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.